ঘোষণা হ’ল APSC ২০২২ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল!
ঘোষণা হ’ল APSC ২০২২ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল। অসম লোকসেৱা আয়োগে প্রকাশ কৰিলে ফলাফলৰ তালিকা। ১৬ নবেম্বৰত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ।
প্ৰেমিকাক প্ৰতাৰণা কৰি আটক SDO; লাগে গুৱাহাটীত তিনি তলীয়া ঘৰ, বিলাসী গাড়ী
নলবাৰীত প্ৰেমিকাক প্ৰতাৰণা কৰি গ্ৰেপ্তাৰ হ’ল SDO সমীৰণ দাস। নলবাৰী আৰক্ষীৰ জালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SDO। চাৰি পৃষ্ঠাযোৰা এজাহাৰ দাখিল SDO সমীৰণ দাসৰ বিৰুদ্ধে।
জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান
জ্যেষ্ঠ সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান। কামৰূপৰ ছয়গাঁৱৰ কুকুৰমাৰাৰ বাসিন্দা সৌন্দৰ্য্য ঠাকুৰীয়া। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ […]
গুৱাহাটীত চলন্ত ইন’ভাত কিশোৰীক যৌন নিৰ্যাতন…
▶️ গুৱাহাটীত চলন্ত ইন’ভাত কিশোৰীক যৌন নিৰ্যাতন।▶️ এতিয়াও পলাতক মূল অভিযুক্ত ইনামূল আলী।▶️ বিয়েৰ খুৱাই ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন ৩ অভিযুক্তৰ।
ফকিৰাগ্ৰামত ইউপিপিএল-বিজেপি মিত্ৰজোটৰ বাইক ৰেলি
আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম পুৰণি বজাৰত ইউপিপিএল -বিজেপি-এজিপি মিত্ৰ জোটৰ নব গঠিত বাওখুংগ্ৰী বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচন পৰিচালনা সমিতিয়ে উলিওৱা বাইক ৰেলিৰ সমাপ্তি পেলায়। […]
গুৱাহাটীৰ মাজমজিয়াত জঘন্য ঘটনা, অপহৰণ কৰি দুই কিশোৰীৰ সৈতে অপকৰ্ম পাষণ্ডৰ দলৰ, তাৰ পিছত…
গুৱাহাটীৰ মাজমজিয়াত নিৰ্ভয়া কাণ্ডসদৃশ জঘন্য ঘটনা। দুই কিশোৰীক প্ৰথমে অপহৰণ আৰু তাৰ পিছত চলন্ত বাহনত অপকৰ্ম তিনি পাষণ্ডৰ। হোলীৰ আনন্দৰ মাজতে সংঘটিত হ’ল এই শিহৰণকাৰী […]
নাগালেণ্ডত AFSPAৰ সময়সীমা বৃদ্ধি, ৮ খন জিলাত সম্পূৰ্ণৰূপে ৬ মাহলৈ AFSPA বৃদ্ধি কেন্দ্ৰৰ
কেন্দ্ৰীয় চৰকাৰে আগন্তুক ৬ মাহৰ বাবে নাগালেণ্ডৰ ৮ খন জিলা আৰু ৫ খন জিলাৰ আৰক্ষী থানাক অশান্ত বুলি ঘোষণা কৰি AFSPA (Armed Forces Special Powers […]
২৮ মাৰ্চৰ ৰাশিফলঃ এই ৰাশিৰ জাতক-জাতিকাই আজি লাভ কৰিব ছাৰপ্ৰাইজ, ৩ ৰাশিয়ে ব্য়য় কৰাৰ পূৰ্বে হওক সতৰ্ক
মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আজি আপুনি আপোনাৰ ভিতৰত এক নতুন শক্তি অনুভৱ কৰিব, যাৰ বাবে আপুনি আপোনাৰ বহু কাম সম্পূৰ্ণ কৰাত সফল হ’ব আৰু […]