গহপুৰত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি প্ৰদৰ্শন |

1 min read

 

গহপুৰত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি প্ৰদৰ্শন

আজি গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ৩৪ টা পঞ্চায়ত আসনৰ সভাপতি আৰু আঞ্চলিক সদস্যই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰে । হেজাৰ হেজাৰ দলীয় কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে গহপুৰৰ বিধায়ক উৎপল বৰা আৰু গহপুৰৰ বিজেপিৰ পৰ্যবেক্ষক অমিয় কুমাৰ ভূঞায়ো অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author