বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

 

গুৱাহাটীস্হিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপ পৰীক্ষা নিয়এক অৰূপজ্যোতি দেৱশৰ্মাক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।বিশ্ববিদ্যালয়ৰ ছাএ-ছাত্ৰী সকলৰ পৰা উৎকোচ লৈ তাৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ অভিযোগত মংগলবাৰে আৰক্ষীয়ে অৰূপজ্যোতি দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰে।

You May Also Like

More From Author