Site icon Guwahati Times

অসমত কেতিয়া পালন কৰা হ’ব ঈদ উল আজহা? ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটীৰ

ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটীৰ ডাঙৰ ঘোষণা।

১৭ জুনত অসমত পালন কৰা হ’ব ঈদ উল আজহা।

১৭ জুনত ভাৰতৰ লগতে অসমতো পালন কৰা হ’ব ঈদ উল আজহা।

কেন্দ্ৰীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু প্ৰধান সম্পাদক ইমদাদ হুছেইনে জনাই।

Exit mobile version