Site icon Guwahati Times

অসমত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি, তীব্ৰ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত নাভূত-নাশ্ৰুত ঘটনা। বদৰুদ্দিন আজমলৰ সমৰ্থকে দিলে পাতিস্তান জিন্দাবাদ ধ্বনি। এনে ৰাষ্ট্ৰদ্ৰোহীৰ সকলৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে জনতা। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে দেশদ্ৰোহী মৌলবাদী এনে লোকসকলৰ লজ্জাজনক কাণ্ডক ধিক্কাৰ মন্ত্ৰী ড০ শৰ্মাৰ। AIUDFৰ সৈতে মিত্ৰতাৰ সপোন দেখিছে কংগ্ৰেছে। কংগ্ৰেছে এনে ৰাষ্ট্ৰদ্ৰোহীসকলক সদায় উৎসাহিত কৰি আহিছে। আনহাতে এনে লোকসকলক উপযুক্ত শাস্তি দিয়াৰ দাবী তুলিছে একাংশ দল-সংগঠনে।

Exit mobile version