অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া নহয় বুলি ঘোষণা কৰাৰ পাছতে আজি অসমৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া নহয় বুলি ঘোষণা কৰাৰ পাছতে আজি অসমৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে মঙলবাৰে গুৱাহাটীৰ গান্ধীবস্তিত থকা দলৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!