অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এক বৃহৎ পদক্ষেপ।

1 min read

আজি অথাৎ ২৪-০৮-২০১৮ তাৰিখে দিনৰ ১১ বজাত আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব ১৩৭৩ গৰাকী আৰক্ষী কনিষ্ঠবলক। যত মুখ্য অতিথি ৰূপে উপস্থিত মাননীয় মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া।

স্থান :- পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ, খানাপাৰা, গুৱাহাটী ।
Staff report

You May Also Like

More From Author