অসম আৰক্ষী আৰু অপৰাধ তদন্ত বিভাগৰ উদ্যোগত মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ।

অসম আৰক্ষী আৰু অপৰাধ তদন্ত বিভাগৰ উদ্যোগত মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । বুধবাৰে মহানগৰীৰ আগশাৰী শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত অসম আৰক্ষী আৰু অপৰাধ তদন্ত বিভাগয়ে অনুষ্ঠিত কৰে ড্ৰাগছ বিৰোধী এক সজাগতা সভা ।Shahnawaz Aamir report, Guwahati times media.

Posted by Guwahati Times গুৱাহাটী টাইমচ on Wednesday, June 19, 2019

 

অসম আৰক্ষী আৰু অপৰাধ তদন্ত বিভাগৰ উদ্যোগত মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । বুধবাৰে মহানগৰীৰ আগশাৰী শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত অসম আৰক্ষী আৰু অপৰাধ তদন্ত বিভাগয়ে অনুষ্ঠিত কৰে ড্ৰাগছ বিৰোধী এক সজাগতা সভা ।

 

Shahnawaz Aamir report, Guwahati times media.

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!