অহা ১০ অক্টোবৰত আৰু ১২ অক্টোবৰত ক্ৰমে পৰ্যটকৰ বাবে মুকলি কৰা হব মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। – Guwahati Times
October 5, 2018

অহা ১০ অক্টোবৰত আৰু ১২ অক্টোবৰত ক্ৰমে পৰ্যটকৰ বাবে মুকলি কৰা হব মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

অহা ১০ অক্টোবৰত আৰু ১২ অক্টোবৰত ক্ৰমে পৰ্যটকৰ বাবে মুকলি কৰা হব মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি কৰা হ’ব বাগৰি আৰু কঁহৰা ৰেঞ্জৰ দুৱাৰ। জীপ ছাফাৰী যোগে পৰ্যটকে উপভোগ কৰিব পাৰিব কাজিৰঙাৰ সৌন্দৰ্য্য়। পৰৱৰ্তী সময়ত হাতী চাফাৰী সেৱাও মুকলি কৰা হ’ব দৰ্শনাৰ্থীৰ বাবে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

error: Content is protected !!