Site icon Guwahati Times

অৰ্জুন বঁটাৰে বিভূষিত হল স্বৰ্ণকন্যা হিমা দাস।

 

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ
অৰ্জুন বঁটাৰে বিভূষিত হল স্বৰ্ণকন্যা হিমা দাস।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে হিমাই।
এছিয়ান গেম্ছত তিনিটাকৈ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা হিমা দাসৰ এই অভিষেকত উত্ফুল্লিত সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী।
NATIONAL DESK, GUWAHATI TIMES

Exit mobile version