অৰ্জুন ভোগেশ্বৰ বৰুৱা হায়াত হাস্পাতাল ত ভৰ্তি।

1 min read

অৰ্জুন ভোগেশ্বৰ বৰুৱা হায়াত হাস্পাতাল ত ভৰ্তি। বৃক্ক জনীত ৰোগত আক্ৰান্ত বিশিষ্ট ক্ৰীড়াবীদ গৰাকী। আজি সন্ধিয়া প্ৰায় ৭ বজাত চিকিৎসালয় ত ভৰ্তি হয় বৰুৱা। এই তথ্য স্পষ্ট কৰিলে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই।

দীৰ্ঘ দিন ধৰি বৃক্ক জনিত ৰোগৰ লগতে আন কেইবাটাও ৰোগত ক্ৰীড়াবীদ গৰাকী আক্ৰান্ত হৈ আছিল । সম্প্ৰতি বৰুৱাক চিকিৎসালয় খনৰ urology বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডঃ অম্লান জ্যোতি শৰ্মা দ্বাৰা চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author