Site icon Guwahati Times

আকৌ সৰ্ব্বসাধাৰণ জনতাৰ ওপৰত ৰামটাঙোন চৰকাৰৰ । আজি পুনৰ মূল্যবৃদ্ধি হল পেট্ৰল ডিজেলৰ

এটা খবৰ, এটা মতামত আৰু এটা প্ৰতিশ্ৰুতি

আকৌ সৰ্ব্বসাধাৰণ জনতাৰ ওপৰত ৰামটাঙোন চৰকাৰৰ

আজি পুনৰ মূল্যবৃদ্ধি হল পেট্ৰল ডিজেলৰ। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯ পইচাকৈ বৃদ্ধি কৰাৰ লগতে, প্ৰতিলিটাৰ ডিজেলৰ মূল্য বৃদ্ধি কৰে ৬ পইচাকৈ। কিয় কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে সৰ্ব্বসাধাৰণ জনতাৰ কথা এবাৰো নভবাকৈ, নিজৰ ইচ্ছা মতে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি কৰি থাকে???

পেট্ৰল ডিজেল তথা ৰন্ধন গেছৰ মূল্য আকাশলংঘী হোৱাৰ ফলত আপোনাৰ কেনেধৰণৰ সমস্যা সৃষ্টি হৈছে, গুৱাহাটী টাইমছৰ আগত প্ৰকাশ কৰিব পাৰে । আপোনাৰ প্ৰতিটো সমস্যা আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক জনাবলৈ চেষ্টা কৰিম।

গতিকে আজিয়েই এতিয়াই আপোনাৰ সমস্যা কথা আমাৰ আগত ব্যক্ত কৰক। আপোনাৰ বাবে আমি দায়বদ্ধ।

Exit mobile version