আজিৰ পৰা অসমত আধাৰ কাৰ্ডৰ বিনামূলীয়া আবেদন আৰম্ভ হ ল।

0 min read

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

আজিৰ পৰা অসমত আধাৰ কাৰ্ডৰ বিনামূলীয়া আবেদন আৰম্ভ হ ল।

অসমৰ 33 খন জিলাৰ 1241 টা কেন্দ্ৰৰ জৰিয়তে আৰম্ভ হৈছে এই প্ৰক্ৰিয়া।

মনত ৰাখিব আধাৰ কাৰ্ড এই আবেদন প্ৰক্ৰিয়া সম্পুৰ্ণ বিনামূলীয়া।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author