Site icon Guwahati Times

আজি আকৌ এজন কংগ্ৰেছীৰ বি জে পিত যোগদান।

আজি আকৌ এজন কংগ্ৰেছীৰ বি জে পিত যোগদান।

কংগ্ৰেছী নেতা বিচিত্ৰ চৌধুৰী বি জে পি লৈ আহিল। লগে লগে কংগ্ৰেছত উঠিল জোকাৰণি। কিয়নো এইজন কংগ্ৰেছী নেতা বিচিত্ৰ চৌধুৰী আছিল তৰুণ গগৈৰ এসময়ৰ প্ৰেছ উপদেষ্টা। কিন্তু হঠাৎ মোহ ভংগ হৈ বিজেপিত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বিচিত্ৰ চৌধুৰীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিচিত্ৰ চৌধুৰীয়ে যোগ দিলে বিজেপিত।

গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version