Site icon Guwahati Times

আজি আকৌ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদ মেল।

আজি আকৌ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদ মেল।

আজি আকৌ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদ মেল। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কৃষক নেতা অখিল গগৈয়ে।

“অসমীয়া মানুহৰ শংকা কেবল বাংলাদেশীৰ ওপৰত, কিন্তু বাংলাদেশীৰ নাম কৰ্তন কৰিলে সমাধান নহয় সমস্যাৰ। পাছপ’ৰ্ট সম্পৰ্কীয় বিধি জাননী বাতিল নহ’লে জীয়াই নাথাকিব অসমীয়া জাতি।” এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে কৃষক নেতা গৰাকীয়ে।

গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version