আজি আদালতে ঘোষণা কৰিব হাইলাকান্দিৰ জঘন্য বলাত্‍কাৰ আৰু হত্যাৰ গোচৰৰ শাস্তি। – Guwahati Times
October 5, 2018

আজি আদালতে ঘোষণা কৰিব হাইলাকান্দিৰ জঘন্য বলাত্‍কাৰ আৰু হত্যাৰ গোচৰৰ শাস্তি।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

আজি আদালতে ঘোষণা কৰিব হাইলাকান্দিৰ জঘন্য বলাত্‍কাৰ আৰু হত্যাৰ গোচৰৰ শাস্তি। হাইলাকান্দি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দিনৰ ২ বজাত অভিযুক্ত জছিম উদ্দিন বৰভূঞাৰ শাস্তি ঘোষণা কৰিব। ১ অক্টোবৰত আদালতে দোষী সাব্যস্ত কৰিছিল জছিম উদ্দিনক। ১৪ মাৰ্চত হাইলাকান্দিৰ বেতচেড়া গাঁৱত এগৰাকী ১৩ বছৰীয়া নাবালিকাক বলাত্‍কাৰ কৰি হত্যা কৰিছিল জছিম উদ্দিনে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

error: Content is protected !!