আজি আনুষ্ঠানিকভাৱে ‌ভংগ হব বড়ো বিদ্ৰোহ সংগঠন NDFB ।

  • Desk Editor
  • 9th March 2020
  • Comments Off on আজি আনুষ্ঠানিকভাৱে ‌ভংগ হব বড়ো বিদ্ৰোহ সংগঠন NDFB ।

ওদালগুৰিৰ সোনাইগাওঁ স্থিত NDFB ৰ ডেজিগনেটেড শিবিৰত‌ আনুষ্ঠানিকভাৱে ভংগ কৰিব সংগঠনটো।
এনডিএফবিৰ গোবিন্দ বসুমতাৰী গোটৰ বাহিৰে তিনিওটা গোটৰ নেতাসহ সকলো সদস্য উপস্থিত ‌হৈছে ওদালগুৰিৰ সোনাইগাওঁত।

error: Content is protected !!