আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন।

0 min read

আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন।

ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া দিনৰ ২ বজালৈকে চলিব।

১৬টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৪৮গৰাকী প্ৰাৰ্থীয়ে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author