Site icon Guwahati Times

আজি ছিকিমত পকয়ং গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

আজি ছিকিমত পকয়ং গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই।

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া ছিকিমত আহি উপস্থিত হৈছে।

খন্তেক সময়ৰ পিছতে অৰ্থাৎ ৯.৩০ মান বজাত প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই পকয়ঙলৈ ৰাওনা হব।

ভাৰতৰ শততম বিমানবন্দৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল গংগা প্ৰসাদ, মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং, ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, এছ এছ আহলুআলিয়া আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভু।

NATIONAL DESK, GUWAHATI TIMES

Exit mobile version