Site icon Guwahati Times

আপোনালোকৰ পৰা অলপমান সহায় বিচাৰিছোঁ !

আপোনালোকৰ পৰা অলপমান সহায় বিচাৰিছোঁ। আপোনালোকৰ অলপ সহায়ে কাৰোৱাৰ জীৱনৰ ৰং ঘূৰাই দিব পাৰে। এয়া আমাৰ মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী ৰুমি শইকীয়া। হঠাৎ তাইৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। বৰ্তমান বৃক্কজনিত জটিল ৰোগত আক্রান্ত হৈ GMCH হাস্পতালত চিকিৎসাধীন হৈ আছে। বৰ্তমান তাইৰ দুয়োটা কিডনী বিকল । মাকৰ এটা কিডনী তাইক দিব ওলাইছে যদিও অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰায় ৬-৭ লাখ টকা প্ৰয়োজন । কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবেই এতিয়া যেন পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে । পঢ়া শুনাত যথেষ্ট মেধা সম্পন্ন ৰুমি শ‌ইকীয়া মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰাক্তন ছাত্ৰী । তাইৰ দুচকুত এতিয়াও জীয়াই থকাৰ দুৰ্বাৰ হেপাঁহ। গতিকে আপোনালোকৰ অলপমান সহায়ে তাইৰ পৰিয়ালটোক কিছু পৰিমাণে হলেও সকাহ দিব। দুচকুত হেজাৰ সপোন থকা ছোৱালীজনীৰ জীয়াই থকাৰ হেঁপাহৰ অংশীদাৰী হিচাপে যদিহে কোনো সুহৃদয়বান লোকে সহায় কৰিব বিচাৰে তেন্তে 8638640412 / 6002422366 নম্বৰত যোগাযোগ কৰিব পাৰে।

বেংক একাউণ্ট নম্বৰ-

Bank Name-Punjab National Bank.
A/C No-4979000100066208
IFSC Code- PUNB0497900

আশা কৰিছো Postটো সকলোৱে চেয়াৰ কৰি দিব 🙏 যাতে সকলোৱে এই post তোৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াব পাৰে ।
আপোনাৰ সহায় আমাৰ চিৰকাম্য ।

Exit mobile version