Site icon Guwahati Times

আহি আছে গণেশ চতুৰ্থী! জানি লওক তাৰিখ আৰু শুভ মুহূৰ্ত

শৰতৰ অন্যতম গুৰুত্বপূৰ্ণ পাৰ্বণ হ’ল গণেশ চতুৰ্থী। এই বছৰ গণেশ চতুৰ্থী পৰিছে আহিন মাহত।

ইংৰাজী তাৰিখ অনুসৰি ১৯ ছেপ্টেম্বৰ মঙলবাৰে পালন কৰা হ’ব গণেশ চতুৰ্থী।

চতুৰ্থী তিথি অৱশ্যে আৰম্ভ হ’ব তাৰ আগদিনাৰ পৰাই। ১৮ ছেপ্টেম্বৰৰ দুপৰীয়া ১২.৩৯ মিনিটত আৰম্ভ হ’ব চতুৰ্থী।

চতুৰ্থী তিথি থাকিব পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ দুপৰীয়া ১.৪৩ বজালৈ।

গণপতিৰ আৰাধনাৰ সময় ১১.০১ বজাৰ পৰা দুপৰীয়া ১.২৮ বজালৈ।

 

Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে। সেয়ে বিস্তাৰিতভাৱে জানিবলৈ সদাই বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Exit mobile version