Site icon Guwahati Times

এই ৫ৰাশিৰ জীৱনত আহিব বৃহৎ উন্নতি, বৃদ্ধি পাব আয়, হাতলৈ আহিব ধন, হ’ব বৃহৎ পৰিৱৰ্তন!

জ্যোতিষৰ মতে প্ৰতিটো গ্ৰহৰ ৰাশিৰ এটা নিৰ্দিষ্ট ব্যৱধানত পৰিৱৰ্তন হৈ থাকে। ইয়াৰ প্ৰভাৱ প্ৰতিটো ৰাশিৰ ওপৰত পৰে।
২০২৪ চনৰ ৭ মাৰ্চত ধন-সম্পত্তিৰ দেৱতা শুক্ৰই ধনৰাজ যোগৰ সৃষ্টি কৰিব, যাৰ ফলত বহু ৰাশিৰ জাতক-জাতিকাৰ জীৱনত এক বৃহৎ উন্নতি হ’বলৈ গৈ আছে।
এই ৰাজযোগৰ ফলত ৫ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত বৃহৎ উন্নতি হ’বলৈ গৈ আছে। জ্যোতিষৰ মতে শুক্ৰক প্ৰেম, সৌন্দৰ্য আৰু বিলাসীতা, আনন্দ আৰু শিল্পৰ শাসক বুলি গণ্য কৰা হয়।
শনি ৰাশিত শুক্ৰৰ প্ৰভাৱৰ ফলস্বৰূপে ৫ৰাশিৰ লোকসকলৰ জীৱনত উন্নতিৰ হ’বলৈ গৈ আছে।
মেষ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত এক বৃহৎ উন্নতি হ’বলৈ গৈ আছে।
আৰ্থিক অৱস্থা আগতকৈ ভাল হ’ব। আয়ৰ নতুন উৎস তৈয়াৰ হ’ব।পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব। ব্যাৱসায় ক্ষেত্ৰত ব্যাপক পৰিমাণে লাভ হ’ব।
কৰ্মজীৱন, চাকৰিৰ ক্ষেত্ৰত বিশেষ লাভ হ’ব। এবাৰ ব্যৱসায় ক্ষেত্ৰত বিশেষ লাভৰ মুখ দেখিব।
পাৰিবাৰিক সুখ এইবাৰ আৰু সুন্দৰ হ’ব। প্ৰেমৰ সম্পৰ্ক উন্নতি হ’ব। বিবাহৰ ক্ষেত্ৰত বাধাবিঘ্নিনি দূৰ হ’ব। স্বাস্থ্যৰ উন্নতি হ’ব।
বৃষ ৰাশিৰ জাতক-জাতিকাৰ জীৱন অত্যন্ত সুন্দৰ হ’ব। অৰ্থনৈতিক অৱস্থা ভাল হ’ব। ঋণ পৰিশোধ সম্ভৱ হ’ব।
চাকৰিৰ ক্ষেত্ৰত বৃহৎ সমস্যাৰ সমাধান হ’ব। বন্ধুৰ পৰা সহযোগিতা পাব এই ৰাশিৰ জাতক-জাতিকাই। সাংসাৰিক জীৱন এইবাৰ ভাল হ’ব। প্ৰেমৰ বাবে সময় অতি উত্তম হ’ব।
শাৰীৰিক অৱস্থা ভালে থাকিব। জাতক-জাতিকাৰ স্বাস্থ্যৰ অৱস্থা উন্নতি হ’ব।
মিথুন ৰাশিৰ জাতক-জাতিকাৰ জীৱনত আৰু উন্নতি হ’ব। আয় বৃদ্ধি পাব, কৰ্মজীৱন উন্নতি হ’ব। শাৰীৰিক শক্তি বৃদ্ধি হ’ব।
বহুদিন আগত লোৱা ঋণ পৰিশোধ সম্ভৱ হ’ব। জাতক-জাতিকাৰ জীৱনত বৃহৎ উন্নতি হ’ব।
কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ ভাল সময় আহিব। আয়ৰ নতুন-নতুন উৎস তৈয়াৰ হ’ব। কৰ্মক্ষেত্ৰত উন্নতি হ’ব। চাকৰিৰ ক্ষেত্ৰত বিশেষ ভাল সময় আহিব।
পাৰিবাৰিক সুখ পাব এই ৰাশিৰ জাতক-জাতিকাই। জীৱনৰ নানা ধৰণৰ সমস্যা সমাধান হ’ব। শৰীৰ স্বাস্থ্য এইবাৰ ভাল হ’ব। বিবাহ আৰু প্ৰেমৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ সময় আহিব।
এই সময়ত ৰোগাক্ৰান্ত হৈ নাথাকে। মানুহে নিজকে ভালদৰে খাপ খুৱাব পাৰিব।
তুলা ৰাশিৰ জাতক-জাতিকাৰ জীৱন আগতকৈ বহুত বেছি ভাল হ’ব। সমগ্ৰ সপোন পূৰণ হ’ব এইবাৰ।
কৰ্ম ক্ষেত্ৰত এই ৰাশিৰ জাতক-জাতিকাই ঈৰ্ষণীয় সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱনত উন্নতি আহিব। সম্পৰ্ক আগতকৈ আৰু বেছি ভাল হ’ব।
স্বাস্থ্যৰ উন্নতিৰ লগে লগে শক্তিও বৃদ্ধি পাব। সকলো দিশৰ পৰা এই ৰাশিৰ জাতক-জাতিকা উজলি থাকিব।

Exit mobile version