Site icon Guwahati Times

এখন ছাত্ৰশূণ্য চৰকাৰী আইন মহাবিদ্যালয়; মহাবিদ্যালয়খনৰ নাম চৰকাৰী আইনমহাবিদ্যালয়,ৰঙিয়া

প্ৰায় ডেৰ বছৰ পূৰ্বে  চৈধ্য কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী আইন মহাবিদ্যালয়খন।

মহাবিদ্যায়খন বাহিৰৰ পৰা আটকধুনীয়া যদিও
আজিলৈ আৰম্ভণিয়েই কৰা নহ’ল এই মহাবিদ্যায়খনৰ পাঠদান।

ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ দাবী যে,অচিৰেই এই মহাবিদ্যালয়খন আৰম্ভ নকৰিলে গঢ়িটোলা হ’ব তীব্ৰ আন্দোলন।

এই বিষয়ত ৰঙিয়া নগৰিক মঞ্চৰো ক্ষোভ প্ৰকাশ।নাগৰিক মঞ্চই কয় যে,”হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে চৰকাৰখনে এই ধৰণৰ অৰ্থাৎ শিক্ষাৰ উন্নতিৰ দৰে দিশত গুৰুত্ব দিয়া উচিত।ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই এইধৰণৰ বিষয় সমূহত গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাযায়েই।”

Exit mobile version