Site icon Guwahati Times

এছিয়ান গেমছত স্বৰ্ণপুত্ৰৰ স্বৰ্ণজয়

এছিয়ান গেমছত জেভলিনত সোণ–ৰূপ দুয়োটাই ভাৰতৰ দখলত। নীৰজ–কিশোৰৰ ঈৰ্ষণীয় প্ৰদৰ্শন এছিয়াডত। নিজৰ প্ৰথম থ্ৰ’ৰ পিছত সিংহ গৰ্জন কৰা দেখা গৈছিল ভাৰতৰ গ’ল্ডেন বয় নীৰজক। কিন্তু টেকনিকেল কাৰণত সেয়া বাতিল হোৱাৰ পিছত অফিচিয়েলী প্ৰথম থ্ৰ’ত ৮২.৩৮ মিটাৰ দলিয়ায় নীৰজে। ইয়াৰ পিছত দ্বিতীয় প্ৰচেষ্টাত তেওঁৰ থ্ৰ’ আছিল ৮৪.৪৯ মিটাৰ। ৮৮.৮৮ মিটাৰ দলিয়ালে চতুৰ্থ থ্ৰ’ত। পঞ্চম থ্ৰ’ত ৮০.৮০ মিটাৰ থ্ৰ’ কৰে নীৰজ চোপ্ৰাই।

Exit mobile version