কলং সুঁতিত মৃতদেহ উদ্ধাৰ ।

👉নগাঁৱৰ কলং সুঁতিত মৃতদেহ উদ্ধাৰ ।
👉আৱৰ্ত্ত ভৱনৰ সন্মুখত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ ।
👉চিনাক্ত হোৱা নাই মৃতদেহটো ।
👉নগাঁও আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

Adil Shah Alam report, Nagaon.

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!