Site icon Guwahati Times

কাইলৈৰ পৰা কেইবাটাও এলেকাত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ! কাইলৈৰ পৰা ৩দিনলৈ বন্ধ থাকিব সুৰা বিক্ৰী!

ৰাজ্যত একেলগে ৩দিনলৈ কেইবাটাও অঞ্চলত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ।

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কেইবাটাও অঞ্চলত সুৰা বিক্ৰীত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ।

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে ৪টাকৈ লোকসভা সমষ্টিত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ।

গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ এলেকাত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ।

দেওবাৰে আবেলি ৫ বজাৰ পৰা মঙলবাৰে ৫বজালৈ ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।

Exit mobile version