কালিচৰণ ব্ৰহ্ম বঁটা-২০১৮ প্ৰদান

কালিচৰণ ব্ৰহ্ম বঁটা-২০১৮ প্ৰদান
ওদালগুৰি, ২ জুলাই : ওদালগুৰি বাসীৰ বাবে আজিৰ দিনটো গৌৰৱময় দিন হিচাপে বিবেচিত হয় | কাৰণ আজি ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয় ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ সত্ৰীয় সংস্কৃতিক সাধক শ্ৰী হৰেকৃষ্ণ মহন্তদেৱক | অসম চৰকাৰৰ সাংস্কৃতিক সঞ্বালকালয়ৰ উদ্যোগত আৰু উদালগুৰি জিলা প্ৰশাসনৰ সহযোগত | উক্ত অনুস্হানত উপস্হিত থাকে মাননীয় মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল | লগতে উপস্হিত থাকে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে, মন্ত্ৰী ৰিহন দৈমাৰী আৰু মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম |

ওদালগুৰিৰৰ পৰা মিৰাজুল হোছেইনৰ ৰিপোৰ্ট |

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!