কোষকান্ত দেৱ গোস্বামী গুৰুতৰ ভাৱে অসুস্থ ।

1 min read

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ
মাজুলীৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ সংগীত নাটক একাডেমি বটা প্ৰাপ্ত সত্ৰাধিকাৰ কোষকান্ত দেৱ গোস্বামী গুৰুতৰ ভাৱে অসুস্থ ।
উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱা বাবে সত্ৰাধিকাৰ গৰাকীক দিশপুৰ GNRCত ভৰ্তি কৰোৱা হৈছে ।
গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

You May Also Like

More From Author