Site icon Guwahati Times

কৰিশ্মা নাথৰ নামত দালালিত নামিছে নেকি একাংশই?

কৰিশ্মা নাথৰ নামত দালালিত নামিছে নেকি একাংশই?

প্ৰথমে মন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰূপে পৰিচয় দিছিল জয়ন্ত শইকীয়াই।

পঞ্চায়ত সভাপতিক লগত লৈ কৰিশ্মাৰ ঘৰলৈ যোৱা পথৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিছিল।

ৰাইজে কৰায়ত্ত কৰি মন্ত্ৰীৰ ভুৱা PAক গতাই দিলে আৰক্ষীক।

Exit mobile version