Site icon Guwahati Times

কৰ্তব্যৰত অৱস্থাত গোলাঘাটত আৰক্ষী উপ পৰিদৰ্শকৰ মৃত্যু

গোলাঘাট থানাত কৰ্মৰত আছিল নিহত ASI হেমকান্ত চুতীয়া

এটা প’ষ্টমৰ্টেমৰ বাবে যোৰহাটলৈ গৈছিল ASI জন

যোৰহাটৰ পৰা গোলাঘাটলৈ আহি থাকোঁতে অসুস্থ হৈ পৰিছিল

হোটেলত ভাত খাই থাকোঁতে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল

প্ৰথমে JMCH আৰু পিছত AMCHত ভৰ্তি কৰা হৈছিল ASI জনক

তাতেই মৃত্যু ঘটে কৰ্তব্যৰত আৰক্ষী বিষয়া গৰাকীৰ

ব্যস্ততাপূৰ্ণ জীৱন শৈলী আৰু মানসিক চাপৰ বাবেই এই ঘটনাৰ সন্দেহ

Exit mobile version