Site icon Guwahati Times

গহপুৰত ২৮ জাতীয় সংগঠনৰ জোৰ সমদল |

গহপুৰত ২৮ জাতীয় সংগঠনৰ জোৰ সমদল

গহপুৰত আছুকে ধৰি ২৮ সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোৰ সমদল বাহিৰ কৰে। গহপুৰৰ মাজমজিয়াৰে বাহিৰ কৰা এই সমদলত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।

Exit mobile version