খানাপাৰা ভয়ংকৰ ঘটনা। খানাপাৰা উৰণ সেতু ওপৰৰ পৰা এজন যুৱকক পেলাই দিলে তললৈ। কোনো অচিনাক্ত লোকে তললৈ পেলাই দিলে যুৱকজনক। যুৱকজনৰ পেছাত এজন ট্ৰাকচালক। তেওঁৰ নাম গুৰচফি আলী বুলি জানিব পৰা গৈছে। যুৱকজনৰ দেহত বহুতো আঘাতৰ চিহ্ন দেখা গৈছে। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ বাবে লৈ যায় যুৱকজনক।
গুৱাহাটীৰ খানাপাৰাত ভয়ংকৰ ঘটনা, উৰণ সেতুৰ ওপৰৰ পৰা পেলাই দিলে এজন যুৱকক

