গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণত জড়িত এজনক গ্ৰেপ্তাৰ।

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণত জড়িত এজনক গ্ৰেপ্তাৰ।
নগাঁও আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ কৰে যুৱক জনক ।
বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা যুৱকজনক ।
যুৱক জনৰ নাম ইন্দ্ৰ মোহন বৰা।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!