গুৱাহাটী টাইমচ বিগ ব্ৰেকিং – Guwahati Times
September 19, 2018

গুৱাহাটী টাইমচ বিগ ব্ৰেকিং

১৯ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ “অতিৰুদ্ৰ মহাযজ্ঞ”

ৰাজ্যত অতিৰুদ্ৰম মহাযজ্ঞৰ ব্যাপক আয়োজন ।

প্ৰায় ৩.৫ লাখ ভক্তৰ বাবে আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডত সাজি উলিওৱা হৈছে বিশাল মণ্ডপ ।

দেশৰ প্ৰায় দুশ গৰাকী পুৰেহিতে ভাগ ল’ব এই আৰাধনা অনুষ্ঠানত।

১৯ ছেপ্টেম্বৰৰ পৰা ‘অতিৰুদ্ৰ মহাযজ্ঞ’
৩.৫ লাখ ভক্তক আদৰিবলৈ আমিনগাঁৱত বিশাল আয়োজন

কেৰেলা, গোৱা, কৰ্ণাটক আদি ৰাজ্যৰ পৰা আহিব পুৰোহিত।

২৫ ছেপ্টেম্বৰৰ দিনা ১১ টা কুণ্ডত পূৰ্ণাহুতি সম্পন্ন হ’ব ।

আমিনগাঁৱৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ

error: Content is protected !!