Site icon Guwahati Times

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

গুৱাহাটী বিশ্ববিদ্যালয়ত আবতৰীয়া দিপাৱলী।

উখল মাখল বিশ্ববিদ্যালয় চৌহদ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।

আছুৰ দখলত স্নাতকোত্তৰ ছাত্ৰ একতা

# সভাপতি পদত বিজয়ী লাকীমণি বৰুৱা

# সাধাৰণ সম্পাদক পদত বিজয়ী নয়নজ্যোতি গগৈ

# সহকাৰী সম্পাদক পদত জয়ী হেলেনা স্বৰ্গীয়াৰী

# উপ-সভাপতি পদত জয়ী জিতুমণি কলিতা

# ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত জয়ী লিপিকা হাজৰিকা

# শৰীৰ চৰ্চা বিভাগত জয়ী সৌৰভ পাল

# সংগীত বিভাগত জয়ী অনন্যা শৰ্মা

# লঘু ক্ৰীড়া বিভাগত জয়ী ডেভিদ নাথ

# ছাত্ৰ জিৰণী কোঠা সম্পাদকৰ পদত জয়ী হিমাংশু দাস

# সাহিত্য আৰু সুকুমাৰ কলা বিভাগত জয়ী বিদ্যুত্‍ বিকাশ বৰা

# সাধাৰণ ক্ৰীড়া বিভাগত জয়ী শুভম দেৱ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্জয় কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Exit mobile version