Site icon Guwahati Times

গ্ৰহৰ এই ৰাশি পৰিৱৰ্তনে কিছুমান ৰাশিত শুভ আৰু কিছুমান ৰাশিত অশুভ ফল প্ৰদান কৰিব

১. *মেষ ৰাশি* (অ,ল) : –  মেষ ৰাশিৰ জাতক – জাতিকাসকলৰ কৰ্মক্ষেত্ৰত শুভ হ’ব, কৰ্মত নতুনকৈ আঁচনি গ্ৰহণ সুযোগ লাভ কৰিব, লগতে  আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ  জাতক – জাতিকাসকলৰ প্ৰেমত আনন্দ বাঢ়িব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব পাৰে, যদিও  সমাজৰ কৰ্মী সকলে সামাজিক কৰ্মত সজাগ নহ’লে সামান্য সন্মান হ্ৰাস হ’ব পাৰে লগতে  আপুনি সজাগ নহ’লে মনত সামান্য অশান্তিৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  – মিথুন ৰাশিৰ  জাতক – জাতিকাসকলৰ  ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব, যদিও  আপুনি সজাগ নহ’লে সঞ্চিত ধন ব্যয় হোৱাৰ  যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : – কৰ্কত ৰাশিৰ  জাতক – জাতিকাসকলৰ  আয় উপাৰ্জন , সন্মান বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, যদিও  আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ভুল বুজাবুজিৰ হ’ব পাৰে।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ মনৰ আশা পূৰণ হ’ব, পাৱলীয়া ধন ঘুৰাই পাৱ পাৰে, লগতে আপোনাৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ লেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব, যদিও আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে আপোনাৰ আত্মীয় পৰিয়ালৰ শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায় ।
৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আনৰ পৰা মৰম চেনেহ লাভ কৰিব, লগতে আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ সুখ শান্তি বাঢ়িব, নতুন কৰ্মত যোগাযোগ কৰিব লৈ সক্ষম হব, লগতে আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ উকীল সকলৰ সুনাম বাঢ়িব, আয় বাঢ়িব, লগতে আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ মনত সুখ শান্তি বাঢ়িব, সম্পত্তি বাঢ়িব, যদিও আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ সম্পত্তি বাঢ়িব, আয় বাঢ়িব, লগতে আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যম ফলাফল লাভ হোৱাৰ যোগ দেখা যায় ।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আপুনি সজাগ নহ’লে সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি খেতিয়ক সকলে সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।

Exit mobile version