Site icon Guwahati Times

চাপৰ, শালকোচা: একে লগে মৃতদেহ উদ্ধাৰ মাতৃ আৰু দুই বছৰীয়া কন্যা সন্তানৰ

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মাতৃ লালভানুৰ কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ দুই বছৰীয়া কন্যা সন্তানৰ

মৃত লালভানুৰ স্বামী নুৰজামাল মণ্ডলেই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ

উল্লেখ্য যে পূৰ্বৰে পৰা স্বামী নুৰজামাল মণ্ডলে পত্নী আৰু কন্যা সন্তানক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে ।

নুৰজামাল মণ্ডলৰ আন এগৰাকী পত্নী থকাৰ বাবে দ্বিতীয় পত্নী লালভানুক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ মৃত লালভানুৰ পৰিয়ালৰ,।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি শালকোচা আৰক্ষী চকী লৈ লৈ আহে ।
মৃত মহিলা গৰাকীৰ পৰিয়ালৰ দাবী আৰক্ষীয়ে ঘটনাৰ উচিৎ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰাদান কৰিব লাগে ।

Exit mobile version