চামগুৰি আৰক্ষীৰ জালত দুই গাড়ীচোৰ। – Guwahati Times
October 5, 2018

চামগুৰি আৰক্ষীৰ জালত দুই গাড়ীচোৰ।

চামগুৰি আৰক্ষীয়ে নগাঁৱৰ মিছাৰ পৰা নাচিৰ আলী আৰু জীয়াউৰ ৰহমান নামৰ দুটা গাড়ী চোৰ গ্ৰেপ্তাৰ কৰে । বহু কেইটা চুৰি আৰু ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল ধৃত চোৰ দুটা ।

নগাঁৱৰ পৰা আদিল শ্বাহৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

error: Content is protected !!