Guwahati Times

জুবিনৰ হুংকাৰঃ পুনৰ আৰম্ভ হ’ব কা বিৰোধী আন্দোলন

শেষ হোৱা নাই কা বিৰোধী আন্দোলন। পুনৰ তীব্ৰতৰভাৱে আৰম্ভ হব আন্দোলন। দেওবাৰে নিশা নৰ্থ ইষ্ট ফেষ্টিভেলত এই কথা ঘোষণা কৰিলে শিল্পী জুবিন গাৰ্গে। তেওঁ লগতে কয়, অসুখৰ বাবে মই কিছু কথা পাহৰিছো যদিও, ভেটি পাহৰা নাই। এইবাৰ কা বিৰোধী আন্দোলন ৰাজপথত নহয়, ভাৰ্চুৱেলি হব। ফেচবুকৰ পৰা আদি কৰি সকলো ছচিয়েল মিডিয়াত অধিক তীব্ৰতৰভাৱে কা বিৰোধী কেম্পেইন কৰা হব বুলিও কয় গাৰ্গে।

Exit mobile version