Site icon Guwahati Times

টাটাই এয়াৰ ইণ্ডিয়াক দিলে এক নতুন পৰিচয়, এতিয়া মহাৰাজাৰ সলনি দেখা পাব নতুন logo

টাটা গ্ৰুপৰ (TATA GROUP) মালিকানাধীন এয়াৰলাইন (Airline) এয়াৰ ইণ্ডিয়াই (Air India) ইয়াৰ নতুন Logo আৰু ডিজাইন উন্মোচন কৰিছে। Airক এতিয়া এটা নতুন Logo, ব্ৰেণ্ড আৰু পৰিচয়ৰ সৈতে দেখা পোৱা যাব। জানিব পৰা মতে, Air Indiaই বিগত ১৫ মাহ ধৰি নতুন Logoৰ ওপৰত কাম কৰি আছিল। Air Indiaই এয়াৰলাইনৰ (Airline) logoৰ অংশ হিচাপে ৰঙা (Red), বগা (White) আৰু বেঙুনীয়া (Purple) ৰং বাহাল ৰাখিছে।

Exit mobile version