Site icon Guwahati Times

ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা…

ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা।

টাটা মেজিক আৰু ৱাগানাৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা।

সংঘৰ্ষত গুৰুতৰভাৱে আহত দুয়োখনৰ বাহনৰ ১২গৰাকীকৈ যাত্রী।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক ভৰ্তি কৰে চিকিৎসালয়ত।

মেজিকখনৰ চালকে সুৰাপান কৰাৰ গুৰুতৰ অভিযোগ যাত্রীসকলৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Exit mobile version