Site icon Guwahati Times

তেজপুৰৰ বান্দৰমাৰী শামুকীয়াত বজ্ৰপাতত দুজন লোক নিহত. ৫ জন লোক আহত …

তেজপুৰত বজ্ৰপাতত দুজন নিহত. ৫ জন লোক আহত। বান্দৰমাৰী শামুকীয়াত সংঘটিত হয় এই শোকাৱহ ঘটনা।

বজ্ৰপাতত নিহত লোক দুজন ধীৰেণ মুণ্ডা আৰু মন্টু মুণ্ডা বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত পাঁচজনৰ পৰিচয় এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷
আহত আটাইকে TMCH ত ভৰ্তি কৰোৱা হৈছে৷ ঘটনাৰ সময়ত আটাইকেইজনে পথাৰত কঠিয়া তুলি আছিল ৷ সন্ধ্যা প্ৰায় সাত মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা৷

Exit mobile version