দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷

1 min read

দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷
নগাঁও জিলাৰ বটদ্ৰৱাৰ আইভেটি পথাৰত ৰহস্যজনক ভাবে পৰি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ । উদ্ধাৰ হোৱা মৃতদেহটো বটদ্ৰৱাৰ আইভেটি কহুঁৱাতলিৰ মন্টু বৰা বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে। মৃতদেহৰ গাত আঘাতৰ চিন স্পষ্ট । ৰহস্যৰ আৱৰ্তত সমগ্র ঘটনা , দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্তত হে ওলাব প্ৰকৃত ৰহস্য ৷
জুৰীয়াৰ পৰা পদুম ভূঞা

You May Also Like

More From Author