Site icon Guwahati Times

দেশৰ শততম পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

আজি ছিকিমত দেশৰ শততম পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ।

ছিকিমৰ ৰাজধানী গেংটকৰ পৰা প্ৰায় ৩৩ কিঃমিঃ নিলগত অৱস্থিত পাকয়ংগ গ্ৰীনফিল্ড বিমানবন্দৰটো।

উল্লেখ্য যে, অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই পাকয়ং গ্ৰীণফিল্ড বিমান বন্দৰৰ পৰা নিয়মীয়াকৈ চলিব উৰাজাহাজ।

NATIONAL DESK, GUWAHATI TIMES

Exit mobile version