দৰঙ জিলা প্রশাসনৰ জৰিয়তে NRC ৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলালৈ দৰং গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ স্মাৰক পত্র প্রেৰণ I

প্রতীক হাজেলালৈ দৰং গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ স্মাৰক পত্র প্রেৰণ

দৰঙ জিলা প্রশাসনৰ জৰিয়তে NRC ৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলালৈ দৰং গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ স্মাৰক পত্র প্রেৰণ জিলা খনৰ গৰাপৰি, খাৰুপেটীয়া , দলগাওঁ আদি ঠাইৰ গৰিয়া,মৰিয়া জনগোষ্ঠীৰ একাংশ লোকৰ নাম NRCত অন্তর্ভুক্তিৰ ক্ষেত্রত হোৱা অনিশ্চয়তা দূৰ কৰি বিষয়টো সমাধান কৰিবলৈ প্রশাসনক আহবান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ,দৰং জিলা সমিতিৰ |অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাৰ জৰিয়তে স্মাৰক পত্র প্রদান |স্মাৰক প্রদান কাৰ্যসূচীত অংশ গ্রহন কৰে পৰিষদৰ কেন্দ্রীয় মুখ্য উপদেষ্টা চহিৰ ভূঞা,জিলা সাধাৰণ সম্পাদক মইনুল হক শইকীয়া,সম্পাদক চাহাবুদ্দিন আহমেদ,মহিবুল হক আৰু মঙলদৈ নগৰ সমিতিৰ সহকাৰী সম্পাদক মিৰ চাহিল ইৰফানে .মকছেদ আলি Report Guwahati Times

Gepostet von Guwahati Times গুৱাহাটী টাইমচ am Freitag, 21. Juni 2019

জিলা খনৰ গৰাপৰি, খাৰুপেটীয়া , দলগাওঁ আদি ঠাইৰ গৰিয়া,মৰিয়া জনগোষ্ঠীৰ একাংশ লোকৰ নাম NRCত অন্তর্ভুক্তিৰ ক্ষেত্রত হোৱা অনিশ্চয়তা দূৰ কৰি বিষয়টো সমাধান কৰিবলৈ প্রশাসনক আহবান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ,দৰং জিলা সমিতিৰ |অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাৰ জৰিয়তে স্মাৰক পত্র প্রদান |
স্মাৰক প্রদান কাৰ্যসূচীত অংশ গ্রহন কৰে পৰিষদৰ কেন্দ্রীয় মুখ্য উপদেষ্টা চহিৰ ভূঞা,জিলাসাধাৰণ সম্পাদক মইনুল হক শইকীয়া,সম্পাদক চাহাবুদ্দিন আহমেদ,মহিবুল হক আৰু মঙলদৈ নগৰ সমিতিৰ সহকাৰী সম্পাদক মিৰ চাহিল ইৰফানে .

মকছেদ আলি Report Guwahati Times

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!