কুবেৰ দেৱতাক ৰাৱণৰ ভায়েক বুলি কোৱা হয়।কিন্তু শাস্ত্ৰত ধনৰ দেৱতা কুবেৰক ভগৱান শিৱৰ দুৱাৰপাল বুলিও কোৱা হৈছে।
কুবেৰ দেৱতাই নিজৰ ব্ৰাহ্মণ গুণৰ বাবে-দেৱতা বুলি কোৱা হয়।সেইবাবে-তেওঁৰ পূজা কৰা হয়।ধনৰ লাভৰ বাবে- দেৱী লক্ষ্মীৰ পূজা কৰা হয়-কিন্তু দেৱী লক্ষ্মীৰ পূজাৰ লগতে-কুবেৰ দেৱতাৰ পূজাৰ দ্বাৰা অত্যাধিক লাভ প্ৰাপ্ত হয়।কেৱল লক্ষ্মী দেৱীৰ পূজাৰ দ্ধাৰা ধন লাভ নহয়।ব্যক্তিয়ে-ধনৰ দেৱতা-কুবেৰ দেৱতাকো প্ৰসন্ন কৰিব লাগে।ধনৰ দেৱতা-কুবেৰক শুদ্ধ মনেৰে কৰা-প্ৰাৰ্থনাক স্বীকাৰ কৰি-ধন আৰু বুদ্ধিৰ আৰ্শীবাদ প্ৰদান কৰে।
ঘৰৰ উত্তৰ-পূৱ দিশে এটুকুৰা ঠাইত-ভালদৰে গৰু মুত্ৰ বা গংগা জলেৰে চফা কৰি লব লাগে।এতিয়া এটুকুৰা চফা কাঠ সেই স্থানত ৰাখিব লাগে।এতিয়া এটা চমেলী ফুলৰ তেলৰ বটল,৫০ডাল বগা মমবাটি, আৰু ৫০ডাল সেউজীয়া মমবাটি লব লাগে।এতিয়া সেই স্থানত- সেউজীয়া আৰু বগা মমবাটি-চমেলী তেল লগাই-দুয়োডাল মমবাটি-অলপ দূৰে দূৰে-জ্বলাব লাগে।এইকথা মন কৰিব লাগে যে-বাঁওফালে-সেউজীয়া মমবাটি আৰু সোঁ-ফালে- বগা-মমবাটি ৰাখিব লাগে।আৰু প্ৰথমে-সেউজীয়া মমবাটিক জ্বলাব লাগে,তাৰ পাছত বগা মমবাটি জ্বলাব লাগে।
দুয়ো ৰংৰ মমবাটিলৈ চায়-প্ৰাৰ্থনা কৰিব লাগে যে-হে-ধনৰ দেৱতা-কুবেৰ-মোক ধনৰ বাবে অমুক(যি কামৰ বাবে-ধনৰ প্ৰয়োজন হৈছে-সেই কথা কব লাগে)প্ৰয়োজন হৈছে/মোক ধন দি আপুনি সহায় কৰক।প্ৰাৰ্থনা কৰি-মমবাটিক জ্বলি থাকিবলৈ দি-নিজৰ কামত ধৰিব লাগে।

