ধিঙত পিষ্টলসহ এজনক অাটক ।

0 min read

ধিঙত পিষ্টলসহ এজনক অাটক ।

নগাওঁ জিলা উপ অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং অাৰক্ষীয়ে অভিযান চলায় বুধবাৰে ধিঙৰ ৰৌমাৰীৰ পৰা ইজাজুল হক নামৰ এটা দুধৰ্ষ অপৰাধীক অাটক কৰে । অপৰাধীটোৰ পৰা বিদেশত নিৰ্মিত এটা পিষ্টল , এটা মেগজিন অাৰু মবাইল হেণ্ডচেট উদ্ধাৰ কৰে । ইতিমধ্যে ধিং অাৰক্ষীয়ে দুধৰ্ষ অপৰাধীটোক জেৰা অব্যাহত ৰাখিছে । ধিঙত সঘনাই অত্যাধুনিক মাৰনাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

You May Also Like

More From Author