Site icon Guwahati Times

নগাঁৱত চাব জুনিয়ৰ হকি খেলৰ বটা বিতৰনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ যুৱ কল্যান বিভাগৰ সম্পাদক গীৰ্তাথ গোস্বামী।

নগাঁৱত চাব জুনিয়ৰ হকি খেলৰ বটা বিতৰনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ যুৱ কল্যান বিভাগৰ সম্পাদক গীৰ্তাথ গোস্বামী।

নগাৱঁৰ নুৰুল আমিন খেলপথাৰত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ হকি খেলৰ বটা বিতৰনী সভাখন আজি অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে কলিয়াবৰ হকি টীমে,দ্বিতীয় স্থান দখল কৰে গুৱাহাটী আৰু তৃতীয় স্থান দখল কৰে নগাঁওৱে৷ উক্ত গাম্ভীয্যপূৰ্ণ অনুস্থানত উপস্থিত থাকে অসম চৰকাৰৰ যুৱ কল্যান বিভাগৰ সম্পাদক গীৰ্তাথ গোস্বামীৰ লগতে বহু গণ্য মান্য ব্যক্তি সকল।

Exit mobile version