Site icon Guwahati Times

নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান

অভিযানত ৩ টা হে’ৰইণ ভৰ্তি চাবোনৰ বাকচ জব্দ।

নগাঁৱৰ ফৌজদাৰীপট্টিত নগাঁও নগৰ শাখাৰ নেতৃত্বত চলিছিল এই অভিযান।

AS02 AH 0104 নাম্বাৰ এখন হুণ্ডাই ভেনু বাহনৰ পৰা ড্ৰাগছ খিনি জব্দ কৰে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত তিনি সৰবৰাহকাৰী আটক কৰিছে আৰক্ষীয়ে।

আটকাধীন সৰবৰাহকাৰী কেইটা ঈৰ্ষাদ হুছেইন, আব্দুল কায়েম আৰু স্বেৰ জাহান বুলি জানিব পৰা গৈছে।

সম্প্ৰতি সৰবৰাহকাৰী কেইটাক অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version