Site icon Guwahati Times

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন।

বলব’মৰ যাত্ৰী কঢ়িওৱা মিনি ট্ৰাকে মহতিয়ালে স্কুটী আৰোহীক।

থিতাতে নিহত স্কুটী চালক নৱ কেঁওট।

আহত জয়ন্ত শইকীয়া নামৰ এজন যুৱক।

দূৰ্ঘটনা সংঘটিত কৰা চালকৰ পলায়ণ।

নিহত নৱ কেঁওটৰ ঘৰ পলাশনিত।

আহত জয়ন্ত শইকীয়াক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি

Exit mobile version